কোকৰাঝাৰৰ, ১১ অক্টোবৰ :কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম চহৰত দেওবাৰে পুৱতি নিশা এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় । ফকিৰাগ্ৰামৰ পাচলি বজাৰত সংঘটিত হোৱাৰ ফলত পাচলি বজাৰৰ কেইবাখনো দোকান ভষ্মীভূত হয় আৰু কেইবা লক্ষাধিক টকাৰ সা- সম্পত্তি জাহ যায় । বিদ্যুতৰ শ্বৰ্ট চাৰ্কিটৰ ফলত উক্ত অগ্নিকাণ্ডটো সংঘটিত হোৱা বুলি অনুমান কৰিছে স্থানীয় ৰাইজে ।
ফকিৰাগ্ৰামত অগ্নিকাণ্ডত জাহ গ'ল লক্ষাধিক টকাৰ সা-সম্পত্তি - অগ্নিকাণ্ড
ফকিৰাগ্ৰামত ভয়ানক অগ্নিকাণ্ড সংঘটিত কেইবা লক্ষাধিক টকাৰ সা-সম্পত্তি ভষ্মীভূত ।
ফকিৰাগ্ৰামত অগ্নিকাণ্ডত জাহ গ'ল লক্ষাধিক টকাৰ সা - সম্পত্তি
লগতে পঢ়ক :আঞ্চলিক দল সমূহলৈ অপেক্ষা কৰিব কংগ্ৰেছে