গোসাইগাঁও, ৭ নৱেম্বৰ: গোসাইগাঁওৰ তুলসীবিলৰ নিবাসী তথা ক্ষুদ্ৰ ব্যৱসায়ী নিৰ্মল পালে ঋণৰ বোজা সহিব নোৱাৰি ১ নৱেম্বৰত নিজ গৃহতে পাঁচজনীয়া সদস্যৰ পৰিয়ালটোৰ সৈতে চিপ লৈ আত্মহত্যা কৰিছিল । উক্ত ঘটনা সংঘটিত হোৱাৰ পিছত সমগ্ৰ ৰাজ্যতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল ৷ শনিবাৰে নিৰ্মল পালৰ বাসগৃহত উপস্থিত হয় কংগ্ৰেছ দলৰ প্ৰতিনিধিৰ এটা দল ৷ নিৰ্মল পালৰ ঘৰত উপস্থিত হৈ শোক প্ৰকাশ কৰাৰ লগতে পৰিয়ালটোৰ আত্মাৰ শান্তিৰ বাবে বন্তি প্ৰজ্বলন কৰে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু উত্তৰ কৰিমগঞ্জ সমষ্টিৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থৰ নেতৃত্বত অহা কংগ্ৰেছৰ প্ৰতিনিধিৰ দলটোৱে ।
নিৰ্মল পালৰ বাসগৃহত উপস্থিত বিধায়ক ৰূপজ্যোতি-কমলাক্ষ - গোসাইগাঁও
নিৰ্মল পালৰ ঘৰত উপস্থিত হৈ শোক প্ৰকাশ কৰাৰ লগতে পৰিয়ালটোৰ আত্মাৰ শান্তিৰ বাবে বন্তি প্ৰজ্বলন কৰে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু উত্তৰ কৰিমগঞ্জ সমষ্টিৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থৰ নেতৃত্বত অহা কংগ্ৰেছৰ প্ৰতিনিধিৰ দলটোৱে ।
নিৰ্মল পালৰ বাসগৃহত উপস্থিত বিধায়ক ৰূপজ্যোতি-কমলাক্ষ