অসম

assam

ETV Bharat / state

বিটিচিৰ উপমুখ্য কাৰ্যবাহী খাম্পা বৰগয়াৰীৰ পত্নী ৰশ্মি বৰগয়াৰীৰ মৃত্যু - বিটিচিৰ উপমুখ্য কাৰ্যবাহী খাম্পা বৰগয়াৰীৰ পত্নীৰ মৃত্যু

গুৱাহাটীত বিটিচিৰ উপমুখ্য কাৰ্যবাহী খাম্পা বৰগয়াৰীৰ পত্নী ৰশ্মি বৰগয়াৰীৰ মৃ্ত্যু হয় ৷ দীৰ্ঘদিনৰ পৰা দুৰাৰোগ্য ৰোগত ভুগি আছিল ৰশ্মি বৰগয়াৰী

BTC DeputyChief Officer khampa borgayari wife Rashmi bargayari death
বিটিচিৰ উপমুখ্য কাৰ্যবাহী খাম্পা বৰগয়াৰীৰ পত্নী ৰশ্মি বৰগয়াৰীৰ মৃত্যু

By

Published : Feb 25, 2020, 12:19 PM IST

কোকৰাঝাৰ,25 ফেব্ৰুৱাৰী: মঙলবাৰে ৰাতিপুৱা ৫:৫০ বজাত শেষ নিশ্বাস ত্যাগ বিটিচিৰ উপমুখ্য কাৰ্যবাহী খাম্পা বৰগয়াৰীৰ পত্নী ৰশ্মি বৰগয়াৰীৰ । গুৱাহাটীৰ এখন নাৰ্ছিংহোমত শেষ নিশ্বাস ত্যাগ কৰে ৰশ্মি বৰগয়াৰীয়ে । দীৰ্ঘদিনৰ পৰা দুৰাৰোগ্য ৰোগত ভুগি আছিল ৰশ্মি বৰগয়াৰী ৷ তেওঁৰ মৃত্যুত বিটিএডিত শোকৰ ছাঁ পৰিছে । নিজৰ স্বামীৰ লগতে পুত্ৰ কন্যাক এৰি থৈ যায় ৰশ্মি বৰগয়াৰীয়ে ।

ABOUT THE AUTHOR

...view details