অসম

assam

ETV Bharat / state

অসমত উপস্থিত ওড়িশাত ফেনীৰ কৱলত পৰা 32 গৰাকী তীৰ্থযাত্ৰী - অসমত উপস্থিত ওড়িশাত ফেনীৰ কৱলত পৰা 32 গৰাকী তীৰ্থযাত্ৰী

ওড়িশাৰ পুৰীত সাগৰীয় ধুমুহা ফেনীৰ ধ্বংসলীলাৰ কৱলত পৰা অসমৰ 32 গৰাকী তীৰ্থযাত্ৰী বুধবাৰে অসম বংগ সীমান্ত শ্ৰীৰামপুৰত উপস্থিত হয়। তীৰ্থযাত্ৰীসকল অসমৰ নলবাৰী আৰু টিহুৰ বাসিন্দা ।

অসমত উপস্থিত ওড়িশাত ফেনীৰ কৱলত পৰা 32 গৰাকী তীৰ্থযাত্ৰী

By

Published : May 9, 2019, 7:12 AM IST

কোকৰাঋাৰ, 9 মে': তীৰ্থযাত্ৰীৰ দলটো আগমনৰ খৱৰ লাভ কৰাৰ লগে লগে গোসাইগাঁও মহকুমা প্ৰশাসনে অসম বংগ সীমান্তৰ পাকৰিগুৰিত তীৰ্থযাত্ৰীসকলক আদৰণি জনোৱাৰ লগতে যাত্ৰীসকলৰ স্বাস্থ্যৰ বুজ লৈ লঘু আহাৰ যোগান ধৰে । যাত্ৰীসকলে জনোৱা মতে সাগৰীয়া ধুমুহা ফেনীৰ তাণ্ডৱৰ মাজত আৱদ্ধ হৈ তিনিদিন অনাহাৰে অনিদ্ৰাত দিন অতিবাহিত কৰিবলগীয়া হৈছে ।

অসমত উপস্থিত ওড়িশাত ফেনীৰ কৱলত পৰা 32 গৰাকী তীৰ্থযাত্ৰী

ABOUT THE AUTHOR

...view details