অসম

assam

ETV Bharat / state

কোকৰাঝাৰত এএছএ আৰু জেডিপিৰ উত্তাল প্ৰতিবাদ - memorandum

প্ৰধানমন্ত্ৰীলৈ চাৰিটা প্ৰধান দাবী সম্বলিত এক স্মাৰক পত্ৰ প্ৰেৰণ জনগোষ্ঠীটোৰ

কোকৰাঝাৰত প্ৰতিবাদ

By

Published : Mar 1, 2019, 4:54 PM IST

কোকৰাঝাৰ,১মাৰ্চ: ফৰেষ্ট দুইলাৰ এক্ট ২০০৬ জৰিয়তে বনাঞ্চলত থকা আদিবাসী সকলক ভূমি পত্তা দিয়া, জনগোষ্ঠীটোক জনজাতিকৰণৰ কৰা, বনাঞ্চলত থকা আদিবাসী লোকক উচ্ছেদৰ পৰা বিৰত থকা আদি বিভিন্ন দাবীৰে শুকুৰবাৰে আদিবাসী কমিটি আৰু ঝাৰখণ্ড ডিছম পাৰ্টীৰ অসম ৰাজ্যিক সমিতিৰ যৌথ সহযোগত কোকৰাঝাৰ উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত ধৰ্না কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷

কোকৰাঝাৰত প্ৰতিবাদ

প্ৰায় তিনি শতাধিক সদস্যই অংশ লোৱা এই প্ৰতিবাদী কাৰ্যসূচীত চৰকাৰৰ বিৰোধি বিভিন্ন শ্ল'গানেৰে জিলাখনৰ উপায়ুক্তৰ কাৰ্যালয়ৰ প্ৰাংগণ কপাই তুলে । ইপিনে চাৰি ঘণ্টাজোৰা এই প্ৰতিবাদী কাৰ্যসূচীৰ পাচত প্ৰতিবাদকাৰীসকলে জিলা উপায়ুক্তৰ জৰিয়তে প্ৰধানমন্ত্ৰীলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷

ABOUT THE AUTHOR

...view details