- অপসাৰণ আক্ৰাছুৰ সাধাৰণ সম্পাদক গোকুল বৰ্মনক
- বৰ্খাস্ত আক্ৰাছুৰ উপ-সভাপতি মুকুল বৰুৱাকো
- সামায়িকভাৱে অপসাৰণ দুয়োকে
- সংবিধানবিৰোধী কাৰ্যকলাপৰ বাবে এই সিদ্ধান্ত গ্ৰহণ
- কোকৰাঝাৰত এক সংবাদমেলযোগে এই ঘোষণা সভাপতি অৰুণ কুমাৰ ৰায়ৰ
- সংবাদমেলত অংশগ্ৰহণ আক্ৰাছুৰ 14খন জিলাৰ প্ৰতিনিধিৰ
আক্ৰাছুৰ দুই শীৰ্ষ নেতাক অপসাৰণ - AAKRASU suspended
সংবিধানবিৰোধী কাৰ্যকলাপৰ বাবে অপসাৰণ দুয়োকে
আক্ৰাছুৰ সাধাৰণ সম্পাদক গোকুল বৰ্মন