অসম

assam

ভয়াৱহ পথ দুৰ্ঘটনাত কোচ ৰাজবংশীৰ শিল্পী সুস্মিতা ৰায়সহ চাৰিজনৰ মৃত্যু

By

Published : Jul 29, 2019, 12:31 PM IST

আলিপুৰদুৱাৰত সংঘটিত পথ দুৰ্ঘটনাত থিতাতে নিহত হয় সুস্মিতা ৰায়ৰ পিতৃ-মাতৃৰ লগতে ভগ্নী ৷

ভয়াৱহ পথ দুৰ্ঘটনাত কোচ ৰাজবংশীৰ শিল্পী সুস্মিতা ৰায়সহ চাৰিজনৰ মৃত্যু

  • পশ্চিমবংগৰ আলিপুৰদুৱাৰ জিলাৰ কালচিনিৰ সমীপত 31 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়াৱহ পথ দুৰ্ঘটনা
  • দুৰ্ঘটনাত কোচ ৰাজবংশীৰ উদীয়মান শিল্পী সুস্মিতা ৰায়সহ একেটা পৰিয়ালৰ চাৰিজনৰ মৃত্যু
  • ব’লবমৰ পৰ উভতি আহোতে সংঘটিত হয় এই দুৰ্ঘটনা
  • চেভ্ৰলেট গাড়ীখনক বিপৰীত দিশৰ পৰা অহা এখন ট্ৰাকে খুন্দা মৰাত সংঘটিত হয় এই দুৰ্ঘটনা
  • সুস্মিতা ৰায়ৰ পিতৃ ৰাজকুমাৰ ৰায় , মাতৃ কৈল্যাণী ৰায় আৰু ভগ্নী কুমকুম ৰায়ৰ মৃত্যু
  • কণমানি ভগ্নী আৰোছি ৰায় গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত
  • আৰোছি ৰায়ক সংকটজনক অৱস্থাত আলিপুৰদুৱাৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি
  • স্থানীয় আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে
    ভয়াৱহ পথ দুৰ্ঘটনাত কোচ ৰাজবংশীৰ শিল্পী সুস্মিতা ৰায়সহ চাৰিজনৰ মৃত্যু

ABOUT THE AUTHOR

...view details