অসম

assam

ETV Bharat / state

কৰিমগঞ্জত পিষ্টলসহ আটক এজন যুৱক - কৰিমগঞ্জত আটক হ'ল এজন যুৱক

আমেৰিকাত নিৰ্মিত পিষ্টল আৰু গুলীসহ কৰিমগঞ্জত আটক হ'ল এজন যুৱক ৷

কৰিমগঞ্জত পিষ্টলসহ আটক এজন যুৱক

By

Published : Aug 20, 2019, 9:20 PM IST

পিষ্টলসহ আটক কৰিমগঞ্জৰ যুৱক
  • আমেৰিকাত নিৰ্মিত পিষ্টল আৰু দুই জাঁই গুলীসহ কৰিমগঞ্জত আটক যুৱক ৷
  • আছাম ৰাইফলছৰ 29 নং বেটেলিয়নৰ জোৱানৰ হাতত আটক যুৱকজন ৷
  • আটকাধীন যুৱকজন 4 নং ৰাতাবাৰী বিধানসভা সমষ্টিৰ বৰবালীয়া গাঁৱৰ প্ৰবীৰ মালাকাৰ ৷
  • প্ৰবীৰৰ সৈতে আন এজন যুৱকো আছিল যদিও আৰক্ষী অভিযানৰ খবৰ পাই পলায়ন কৰে ৷
  • পিষ্টলসহ প্ৰবীৰক ৰাতাবাৰী আৰক্ষী থানাত চমজালে আছাম ৰাইফলছে ৷

ABOUT THE AUTHOR

...view details