অসম

assam

ETV Bharat / state

কৰিমগঞ্জত ৰেল লাইনত উদ্ধাৰ আঘাত প্ৰাপ্ত যুৱক

কৰিমগঞ্জত ৰেললাইনৰ ওপৰত ৰক্তাক্ত অৱস্থাত উদ্ধাৰ এজন ছাত্ৰ ৷ গুৰুত্বৰ ভাৱে আহত ছাত্ৰ জনৰ নাম জাহিদ আহমেদ ৷ বয়স 18 বছৰ৷ ঘটনাটো সংঘটিত হৈছে নিলামবজাৰ আৰক্ষীৰ অধীনত থকা লালপুলত ৷

By

Published : Aug 11, 2019, 4:39 AM IST

কৰিমগঞ্জত ৰেল লাইন ত উদ্ধাৰ আঘাত প্ৰাপ্ত যুৱক

কৰিমগঞ্জ 11 আগষ্টঃ কৰিমগঞ্জত ৰেললাইনৰ ওপৰত ৰক্তাক্ত অৱস্থাত উদ্ধাৰ এজন ছাত্ৰ ৷ গুৰুত্বৰ ভাৱে আহত ছাত্ৰ জনৰ নাম জাহিদ আহমেদ৷ বয়স 18 বছৰ ৷ ঘটনাটো সংঘটিত হৈছে নিলামবজাৰ আৰক্ষীৰ চকী অধীনত থকা লালপুলত ৷ স্থানীয় ৰাইজে যুৱক জনক উদ্ধাৰ কৰি নিলাম বজাৰ প্ৰাথমিক স্বাথ্য কেন্দ্ৰ প্ৰেৰণ কৰা হৈছে যদিও স্বাথ্যৰ অৱস্থা যুৱক জনৰ অতি গুৰুত্বৰ বাবে কৰিমগঞ্জ চৰকাৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ৷ জানিব পৰা মতে যুৱক জনৰ ঘৰ বদৰপুৰ সমষ্টিৰ বুন্দাশিল গাঁওত।

কৰিমগঞ্জত ৰেল লাইন ত উদ্ধাৰ আঘাত প্ৰাপ্ত যুৱক

ABOUT THE AUTHOR

...view details