- ত্ৰিপুৰাত বনৰীয়া হাতীৰ সন্ত্ৰাস
- বনৰীয়া হাতীয়ে প্ৰাণ ল'লে এগৰাকী বৃদ্ধ লোকৰ
- মৃত্যু হোৱা লোকজনৰ নাম মোহন দেববৰ্মা
- ত্ৰিপুৰাৰ কল্যাণপুৰ আৰক্ষী থানাৰ অন্তৰ্গত উত্তৰ ঘিলাতলী এলেকাত সংঘটিত হৈছে এই ঘটনা
- জংঘলত খৰি বিচাৰিবলৈ যাওতে বনৰীয়া হাতীৰ আক্ৰমণৰ বলি হয় মৃত লোকজন
- আৰক্ষী আৰু বনবিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে ত্ৰিপুৰাত বনৰীয়া হাতীয়ে প্ৰাণ ল'লে এজনৰ
ত্ৰিপুৰাত বনৰীয়া হাতীয়ে প্ৰাণ ল'লে এজনৰ - ত্ৰিপুৰা
এইবাৰ ত্ৰিপুৰাত বনৰীয়া হাতীয়ে সৃষ্টি কৰিছে সন্ত্ৰাস । বৃহস্পতিবাৰে বনৰীয়া হাতীয়ে প্ৰাণ ল'লে মোহন দেববৰ্মা নামৰ এজন বৃদ্ধ লোকৰ । ঘটনাস্থলিত আৰক্ষী আৰু বনবিভাগৰ লোক উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে ৷
![ত্ৰিপুৰাত বনৰীয়া হাতীয়ে প্ৰাণ ল'লে এজনৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3234063-thumbnail-3x2-j.jpg)
ত্ৰিপুৰাত বনৰীয়া হাতীয়ে প্ৰাণ ল'লে এজনৰ