অসম

assam

By

Published : May 26, 2019, 11:35 PM IST

ETV Bharat / state

কৰিমগঞ্জত বিজেপি কৰ্মীৰ বিজয় মিছিল

কৰিমগঞ্জৰ লোকসভা কেন্দ্ৰৰ বিজেপি প্ৰাৰ্থী কৃপানাথ মাল্লা জয়ী হোৱাৰ বাবে আনন্দিত হৈ পৰিছে বিজেপি কৰ্মী ৷

কৰিমগঞ্জত বিজেপি কৰ্মীৰ বিজয় মিছিল

কৰিমগঞ্জ,২৬ মে' : 23 বছৰৰ পাছত বৰাকৰ পৰা কংগ্ৰেছক উৎখাত কৰি বিজয় সাব্যস্ত কৰে কৰিমগঞ্জৰ বিজেপি প্ৰাৰ্থী কৃপানাথ মাল্লাই । তাৰ পিছতেই উৎফুল্লিত হৈ পৰে বৰাকৰ প্ৰতিগৰাকী বিজেপি কৰ্মী আৰু এই বিজয় আনন্দতে বৰাকৰ প্ৰতিখন গাঁৱত উলিওৱা হয় বিজয় মিছিল ৷ ৱদৰপুৰৰ চহৰৰ যুৱ মৰ্চা, মহিলা মৰ্চা,ৱদৰপুৰ মণ্ডল সকলোৱে একেলগে একত্ৰিত হৈ অংশগ্ৰহণ কৰে এই বিজয় মিছিলত ৷

কৰিমগঞ্জত বিজেপি কৰ্মীৰ বিজয় মিছিল

ABOUT THE AUTHOR

...view details