কৰিমগঞ্জ, 4 জুনঃ কৰিমগঞ্জৰ অসম ৰাজ্যিক পৰিবহন নিগমৰ ৰাজপথৰ কাষত ব্যৱহাৰ হোৱা পিপিই কিট উদ্ধাৰক কেন্দ্ৰ কৰি আতংকৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলটোত ৷ কিয়নো কৰিমগঞ্জত ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে কৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ বৃহস্পতিবাৰে পুৱাৰ ভাগত স্থানীয় লোকে প্ৰত্যক্ষ কৰে এই সামগ্ৰীসমূহ ৷
কৰিমগঞ্জৰ ৰাজহুৱা স্থানত উদ্ধাৰ ব্যৱহৃত পিপিই কিট - karimganj
বৃহস্পতিবাৰে পুৱা কৰিমগঞ্জত ব্যৱহাৰ হোৱা পিপিই কিট ৰাজহুৱা স্থানত পৰি থকাক লৈ সৃষ্টি আতংকৰ ৷
![কৰিমগঞ্জৰ ৰাজহুৱা স্থানত উদ্ধাৰ ব্যৱহৃত পিপিই কিট used ppe kit in public place in karimganj](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7471464-thumbnail-3x2-kk.jpg)
used ppe kit in public place in karimganj
কৰিমগঞ্জৰ ৰাজহুৱা স্থানত উদ্ধাৰ ব্যৱহৃত পিপিই কীট
Last Updated : Jun 4, 2020, 2:51 PM IST