কৰিমগঞ্জ, 20 মে‘ : অসমৰ সমান্তৰালকৈ চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত ক্ৰমাৎ বৃদ্ধি পাইছে কভিড-19 ত আক্ৰান্তৰ লোকৰ সংখ্যা । মঙলবাৰে চুবুৰীয়া ৰাজ্যখনৰ 850 গৰাকী লোকৰ স্বাৱ সংগ্ৰহৰ পিছত চাৰি গৰাকী লোকৰ দেহত ধৰা পৰে কৰ'ণা ভাইৰাছৰ অৱস্থিতি ।
ত্ৰিপুৰাত নতুনকৈ 4 গৰাকীৰ দেহত ধৰা পৰিছে কৰ‘ণাৰ অৱস্থিতি - ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱ
চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত 850 গৰাকী লোকৰ স্বাৱ সংগ্ৰহৰ পিছত চাৰি গৰাকী লোকৰ দেহত কৰ'ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰাৰ তথ্য সদৰি কৰিছে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীয়ে ৷
ত্ৰিপুৰাত নতুনকৈ 4 গৰাকীৰ দেহত ধৰা পৰিছে কৰ‘ণাৰ অৱস্থিতি
চেন্নাইৰ পৰা আহিছিল কৰ‘ণাত আক্ৰান্ত হৈছে এই চাৰিগৰাকী লোক । বৰ্তমান লোক কেইগৰাকীক কোৱাৰান্টাইন কেন্দ্ৰত ৰখা হৈছে । এই তথ্য টুইটাৰ যোগে সদৰি কৰিছে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে ।
লগতে পঢ়ক : কিষাণ সন্মান নিধি'ৰ নামত কৃষিমন্ত্ৰী অতুল বৰাৰ সমষ্টিত আটাইতকৈ বেছি দুৰ্নীতি হৈছে : মঞ্জিত মহন্ত