ত্ৰিপুৰাৰ উদয়পুৰত ৰে'লৰ চেপাত মৃত্যু 1 জনৰ - TRAIN CUTS A MAN
বৃহস্পতিবাৰে ত্ৰিপুৰাৰ উদয়পুৰত ৰে'লৰ চেপাত মৃত্যু হয় এজনৰ ৷ মৃত লোকজন কৃষ্ণ দেবনাথ বুলি জানিব পৰা গৈছে ৷
![ত্ৰিপুৰাৰ উদয়পুৰত ৰে'লৰ চেপাত মৃত্যু 1 জনৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4276254-886-4276254-1567060930059.jpg)
ত্ৰিপুৰাৰ উদয়পুৰত ৰে'লৰ চেপাত মৃত্যু 1 জনৰ
কৰিমগঞ্জ,29আগষ্টঃ
- বৃহস্পতিবাৰে ত্ৰিপুৰাৰ উদয়পুৰত সংঘটিত হয় এক অঘটন
- ৰে'লৰ চেপাত মৃত্যু এজন লোকৰ
- পুৱা পেৰাতিয়া অঞ্চলত ৰে'লৰ দলঙৰ সমীপত সংঘটিত হয় ঘটনাটো
- মৃত লোকজন কৃষ্ণ দেবনাথ বুলি জানিব পৰা গৈছে
- ইতিমধ্যে ত্ৰিপুৰা আৰক্ষী আৰু ৰে'ল আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ত্ৰিপুৰাৰ উদয়পুৰত ৰে'লৰ চেপাত মৃত্যু 1 জনৰ