Goalpara Police Firing: আৰক্ষীৰ গুলীত আহত ম’ষ্ট ৱান্টেড জাকাৰী
গোৱালপাৰাত পুনৰ অপৰাধীলৈ গুলী চালনা আৰক্ষীৰ । আৰক্ষীৰ গুলিত আহত জাকাৰী শিকদাৰ । আৰক্ষীৰ বাবে ম’ষ্ট ৱান্টেড আছিল জাকাৰী শিকদাৰ ।
Har Ghar Dastak Campaign: ভেকচিন নল’লে কৰ্তন হ’ব বিদ্যুত সংযোগ
আপুনি ভেকচিন ল’লেনে(Did you take the covid vaccine) ? যদি লোৱা নাই তেনেহ’লে সাৱধান ৷ ভেকচিন নল’লে কৰ্তন হ’ব আপোনাৰ বিদ্যুত সংযোগ(Power connection will be cut), ৰন্ধন গেছৰ সংযোগ (Disconnection of LPG) ৷ বঞ্চিত হ’ব সকলো চৰকাৰী সা-সুবিধা তথা আঁচনিৰ পৰা ।
IAF Air Show : সূৰ্য্য কিৰণ এৰোবেটিক টীমৰ এয়াৰ শ্ব’
ভাৰতীয় বায়ু সেনাৰ সূৰ্য্য কিৰণ এৰোবেটিক টীমে(Indian Air Force's Surya Kiran Aerobic team) শ্বিলঙৰ উমিয়াম হ্ৰদৰ ওপৰত প্ৰদৰ্শন কৰিব বিখ্যাত এয়াৰ শ্ব’ ৷ স্বৰ্নিম বিজয় বৰ্ষ( Swarnim Vijay Varsh) উদযাপন উপলক্ষে ডিচেম্বৰৰ ৪ তাৰিখে অনুষ্ঠিত হ’ব এই বিশেষ শ্ব’ ৷
Asom Divas Celebration : আজিও এলাগী হৈ ৰ'ল চ্যুকাফা মৈদাম
আজি অসম দিৱস অথবা চ্যুকাফা দিৱস(Asom Divas celebrate in Assam) ৷ সাত ৰাজ এক কৰি বৰ অসমৰ ভেটি গঢ়া স্বৰ্গদেউ চাওলুং চ্যুকাফাক সুঁৱৰিছে ৰাজ্যবাসীয়ে(Founder of Ahom Kingdom) ৷ কিন্তু আজিও উপেক্ষিত হৈ ৰ’ল চাওলুং চ্যুকাফাৰ সমাধিস্থলী ৷ স্বৰ্গদেউৰ মৈডাম অৰ্থাৎ সমাধিস্থলী সংৰক্ষণ কৰাত এইপৰ্যন্ত গুৰুত্ব আৰোপ নকৰিলে পুৰাতত্ব বিভাগে (Archaeological Survey of India) ৷
New Traffic Rules : আইন ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ কলিয়াবৰ আৰক্ষী
ৰাজ্যৰ ভিন্ন প্ৰান্তত দুচকীয়া বাহনৰ বিৰুদ্ধে চলিছে অভিযান । নগাঁও আৰক্ষীও যান-বাহন আইন উলংঘনকাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে (Nagaon police strictly monitoring the guideline) । কলিয়াবৰৰ বিভিন্ন স্থানত আইন ভংগকাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে জৰিমনা সংগ্ৰহ কৰিছে ।