Devendra Fadnavis blast: মহাৰাষ্ট্ৰত নতুন চৰকাৰ গঠনত আছিল অমিত শ্বাহৰ ভূমিকা: ফাড়নাভিছ
মহাৰাষ্ট্ৰত নাটকীয় ঘটনাৰে শিৱসেনাৰ উদ্ধৱ থাকৰে চৰকাৰৰ পতন ঘটাৰ আঁৰত গৃহমন্ত্ৰী অমিত শ্বাহৰ গুৰুত্বপূৰ্ণ ভুমিকা আছিল বুলি বিস্ফোৰণ উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাভিছৰ (Deputy CM Devendra Fadnavis blasted on Amit Shah)। বিগত সময়ত ইয়াৰ আঁৰত বিজেপি জড়িত থকা বুলি সৰৱ চৰ্চা হৈছিল যদিও বিজেপিয়ে পোনছাটেই এই অভিযোগ অস্বীকাৰ কৰি অহাৰ সময়তেই এইদৰে বিস্ফোৰণ ঘটালে ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী ফাড়নাভিছে ।
PM announces ex-gratia: মিজোৰামত দুৰ্ঘটনাগ্ৰস্তলৈ আৰ্থিক সাহাৰ্য ঘোষণা প্ৰধানমন্ত্ৰীৰ
মিজোৰামৰ হানথিয়ালত শিলৰ কুঁৱেৰী খহি 12জনকৈ শ্ৰমিক জীৱন্তে পোত যোৱা ঘটনাত শোক প্ৰকাশ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ(PM Modi announces ex-gratia) ৷ এই ঘটনাত নিহত আৰু আহত লোকৰ পৰিয়াললৈ আৰ্থিক সাহাৰ্য ঘোষণা প্ৰধানমন্ত্ৰীৰ ৷
Minor Girl Found Dead: ঢেকীয়াজুলিৰ ভকুৱামাৰীত কিশোৰীৰ ৰহস্যজনক মৃত্যু
ঢেকীয়াজুলিৰ ভকুৱামাৰীত শোৱাপাটীত উদ্ধাৰ কিশোৰীৰ মৃতদেহ(Minor Girl Found Dead) ৷ গুৱাহাটীৰ পৰা চিআইডি আৰু ফৰেনচিক দলৰ লগতে ড’গ স্কোৱাড উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ৷
Kaliabor youth dies in Andhra pradesh: বহিঃৰাজ্যত চলন্ত ৰে’লৰ পৰা পৰি অসমৰ যুৱকৰ মৃত্যু
ৰাজ্যত সঘনাই বহিঃৰাজ্যত অসমৰ যুৱকৰ মৃত্যু হোৱাৰ ঘটনা সংঘটিত হৈ থকাৰ সময়তে এইবাৰ বহিঃৰাজ্যত কলিয়াবৰৰ এজন যুৱকৰ মৃত্যু হোৱাৰ খবৰ পোহৰলৈ আহিছে ( Kaliabor youth dies in Andhra pradesh) ৷ কলিয়াবৰৰ জাৱনী গাঁৱৰ চন্দ্ৰ ছেত্ৰী নামৰ লোকজনে কৰ্মসূত্ৰে বাংগালুৰুলৈ যাত্ৰা কৰিছিল (youth dies after falling from moving train abroad)৷
Sexual harassment case : ৬০ বছৰীয়া বৃদ্ধৰ কামনাৰ বলি কন্যা শিশু
বৰপেটাত জঘন্য ঘটনা । এগৰাকী বৃদ্ধৰ কামনাৰ বলি হ'ল এটি কন্যা শিশু (60 year old sexually assaults girl child)। মাজদিয়া আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ লম্পট বৃদ্ধ । অভিযুক্ত বৃদ্ধগৰাকী সৰ্থেবাৰী থানাৰ অন্তৰ্গত চেংদি গাঁৱৰ ৬০ বছৰীয়া হুছেইন আলী বুলি জানিব পৰা গৈছে (Old man arrested for sexual assault)। মাজদিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃদুল বৰাৰ নেতৃত্বত মাজদিয়া আৰক্ষী চকীৰ এটা দলে অভিযান চলাই যৌন নিৰ্যাতনৰ অভিযুক্ত হুছেইন আলীক গ্ৰেপ্তাৰ কৰে ।