কৰিমগঞ্জ, 24 মাৰ্চঃ কুলাংগাৰ পুত্ৰৰ হাতত প্ৰাণ গ'ল পিতৃৰ ৷ ত্ৰিপুৰাত সংঘটিত হৈছে এই ঘটনা ৷ গোমতী জিলাৰ ৰাধা কিশোৰপুৰ থানাৰ অন্তৰ্গত ভাঙ্গাৰপাৰ গাঁৱত পাৰিবাৰিক কন্দলৰ বাবে সংঘটিত হয় এই ঘটনা ৷ গাঁৱখনৰ শুক্লা দাস নামৰ ব্যক্তি গৰাকীয়ে 57 বছৰীয়া পিতৃ দেবাশিস চন্দক দাৰে ঘপিয়াই হত্যা কৰে ৷
পুত্ৰৰ হাতত প্ৰাণ গ'ল পিতৃৰ
গোমতী জিলাৰ ৰাধা কিশোৰপুৰ থানাৰ অন্তৰ্গত ভাঙ্গাৰপাৰ গাঁৱত পাৰিবাৰিক কন্দলৰ বাবে সংঘটিত হৈছে এই ঘটনা
পুত্ৰৰ হাতত প্ৰাণ গ'ল পুত্ৰৰ
আনহাতে, ঘটনাস্থলীত ৰাধাকিশোৰপুৰ আৰক্ষী থানাৰ অধীক্ষক উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰবাবেগোমতী জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷