অসম

assam

ETV Bharat / state

প্ৰসংগ স্বৰূপ দাসৰ জাতিগত প্ৰমাণপত্ৰঃ চিন্তিত কৰিমগঞ্জ কংগ্ৰেছ

কংগ্ৰেছ মনোনীত প্ৰাৰ্থী স্বৰূপ দাসৰ জাতিগত প্ৰমাণ পত্ৰৰ প্ৰতি সন্দেহ প্ৰকাশ কৰি তদন্তৰ নিৰ্দেশ দিছে উপায়ুক্তই  ৷ এইক্ষেত্ৰত প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী চিদ্দিক আহমেদে দলীয় কৰ্মীসকলৰ সৈতে এক আলোচনাত ভাগ লয় ৷

By

Published : Mar 25, 2019, 11:34 AM IST

জাতিগত প্ৰমাণ পত্ৰৰ জালিয়াতি কৰাৰ সন্দেহ কংগ্ৰেছ প্ৰাৰ্থীৰ জিলা উপায়ুক্তৰ তদন্তৰ নিৰ্দেশ

কৰিমগঞ্জ,25 মাৰ্চ : আগন্তক লোক সভাৰ দিন চমু চপাৰ লগে লগে ৰাজনৈতিক দল সমূহৰ মাজত ব্যাপক ব্যস্ততা চলিছে ৷ ইয়াৰ মাজত কৰিমগঞ্জত কংগ্ৰেছ নেতা-কৰ্মীসকল চিন্তিত হৈ পৰিছে এটা কাৰণত ৷ কিয়নো কংগ্ৰেছ মনোনীত প্ৰাৰ্থী স্বৰূপ দাসৰ জাতিগত প্ৰমাণ পত্ৰৰ প্ৰতি সন্দেহ প্ৰকাশ কৰি তদন্তৰ নিৰ্দেশ দিছে উপায়ুক্তই ৷

জাতিগত প্ৰমাণ পত্ৰৰ জালিয়াতি কৰাৰ সন্দেহ কংগ্ৰেছ প্ৰাৰ্থীৰ জিলা উপায়ুক্তৰ তদন্তৰ নিৰ্দেশ
এইক্ষেত্ৰতপ্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী চিদ্দিক আহমেদে দলীয় কৰ্মীসকলৰ সৈতে এক আলোচনাত ভাগ লয় ৷ স্বৰূপ দাসৰ জাতিগত প্ৰমাণপত্ৰ ভুৱা বুলি উত্থাপিত অভিযোগ নাকচ কৰে চিদ্দিক আহমেদে ৷

ABOUT THE AUTHOR

...view details