দক্ষিণ কৰিমগঞ্জ,15 মে': দক্ষিণ কৰিমগঞ্জ বিধানসভা সমষ্টিৰ বিধায়ক আজিজ আহমেদ খানৰ বিৰুদ্ধে ৰাজপথত গুণ্ডাগিৰি কৰাৰ অভিযোগ ৷ গোপী কিষাণ নামৰ এক সংস্থাৰ দুজন কৰ্মচাৰীয়ে উত্থাপন কৰিছে এই অভিযোগ।
বিধায়ক আজিজ আহমেদ খানৰ বিৰুদ্ধে গুণ্ডাগিৰিৰ অভিযোগ - গুন্দাগিৰি
গোপী কিষাণ ইনফ্ৰাষ্টাকচাৰছ নামৰ এটা সংস্থাৰ দুজন কৰ্মচাৰীক মাৰপিট কৰাৰ অভিযোগ বিধায়কৰ বিৰুদ্ধে। স্থানীয় ৰাইজৰ মতে নন্দী যাদব আৰু গুচলাম আলম নামৰ দুজন কৰ্মচাৰীক মাৰপিট কৰিছিল বিধায়কগৰাকীয়ে
বিধায়ক আজিজ আহমেদ খানৰ বিৰুদ্ধে গুন্দাগিৰিৰ অভিযোগ
স্থানীয় ৰাইজৰ মতে নন্দী যাদব আৰু গুচলাম আলম নামৰ দুজন কৰ্মচাৰীক মাৰপিট কৰিছিল বিধায়কগৰাকীয়ে ৷ অভিযোগ অনুসৰি কোম্পানীৰ তালিকাত নাম নথকা এখন গাঁৱত বিদ্যুৎ সংযোগ দিয়াৰ বাবে কোম্পানীটোৰ কৰ্মচাৰীক হেঁচা প্ৰদান কৰিছিল বিধায়কগৰাকীয়ে। বিধায়কৰ কথাত অমান্তি হোৱাৰ ফলতেই বিধায়কে মাৰপিট কৰিছিল বুলি জনায় কৰ্মচাৰী দুগৰাকীয়ে ৷ উল্লেখ্য যে, পূৰ্বেও অনুৰূপ ঘটনা সংঘটিত কৰি জামিনত আছিল বিধায়কজন।
Last Updated : May 15, 2019, 4:50 PM IST