অসম

assam

ETV Bharat / state

স্বামীৰ হাতত প্ৰাণ গ'ল পত্নীৰ

কৰিমগঞ্জত সংঘটিত হৈছে এক হত্যাকাণ্ড ৷ স্বামীৰ হাতত নিহত হ'ল স্ত্ৰী ৷

By

Published : Jul 21, 2019, 3:03 AM IST

স্বামীৰ হাতত প্ৰাণ গ'ল পত্নীৰ

কৰিমগঞ্জ 21 জুলাইঃ কৰিমগঞ্জত সংঘটিত হৈছে এক হত্যাকাণ্ড৷ স্বামীৰ হাতত নিহত হ'ল স্ত্ৰী৷ শনিবাৰে নিশা প্ৰায় 10 মান বজাত কালিগঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত খাগাইল গাঁওত এই ঘটনা সংঘটিত হৈছে ৷ মৃত পত্নীৰ নাম আমিনা নমসুদ্ৰ ৷ উক্ত ঘটনা সংঘটিত কৰিয়েই ঘৰৰ ভিতৰতেই অজ্ঞান হৈ পৰে অভিযুক্ত স্বামী। কালীগঞ্জ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে আৰু অভিযুক্ত স্বামী নমসুদ্ৰক আটক কৰাৰ পিচত চিকিৎসাৰ বাবে কৰিমগঞ্জ চৰকাৰী চিকিৎয়ালত ভৰ্তি কৰোৱা হৈছে৷ এতিয়ালৈকে ঘটনাৰ মূল কাৰণ জানিব পৰা নাই৷

স্বামীৰ হাতত প্ৰাণ গ'ল পত্নীৰ

ABOUT THE AUTHOR

...view details