কোকৰাঝাৰ, 26 এপ্ৰিলঃ ত্ৰিপুৰাৰ খোৱাইত অটোৰিক্সা দুৰ্ঘটনাত মৃত্যু চালকৰ। শুকুৰবাৰে বিয়লি TR-06G-3823 নম্বৰৰ অটোখনৰ লগত TR-06 A-1505 নম্বৰৰ বলেৰ' গাড়ীৰ সৈতে মুখামুখি সংঘৰ্ষ সংঘটিত হয় ৷ দুৰ্ঘটনাটোত ঘটনাস্থলীতেই মৃত্যু হয় অটো চালক মহেশ দেৱবৰ্মাৰ। চম্পাহাওৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷ বলেৰ' চালকজন পলাতক বুলি প্ৰকাশ কৰে আৰক্ষীয়ে ৷
ত্ৰিপুৰাৰ পথ দুৰ্ঘটনাত মৃত্যু অটো চালকৰ - ত্ৰিপুৰা
অটো আৰু বলেৰোৰ মুখামুখি সংঘৰ্ষত নিহত অটোচালক ৷ ঘটনাৰ পাচতে পলায়ন কৰে বলেৰোৰ চালকজনে ৷
![ত্ৰিপুৰাৰ পথ দুৰ্ঘটনাত মৃত্যু অটো চালকৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3117380-46-3117380-1556298165251.jpg)
ত্ৰিপুৰাৰ পথ দুৰ্ঘটনাত মৃত্যু অটো চালকৰ