কৰিমগঞ্জ,14 এপ্ৰিল: কৰিমগঞ্জৰ পাথাৰকান্দি বাইপাছত মঙলবাৰে নিশা সংঘটিত হয় পথ দুৰ্ঘটনা ৷ বাইক আৰু অল্ট' বাহনৰ মাজত সংঘটিত হোৱা মুখামুখি সংঘৰ্ষৰ ফলতে পথ দুৰ্ঘটনাটো সংঘটিত হয় ৷ দুৰ্ঘটনাটোত অল্ট' বাহন খনৰ তিনিজন যাত্ৰী গুৰুতৰভাৱে আহত হয় ৷ আহত লোক কেইজনক শিলচৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয় ৷
পাথাৰকান্দি বাইপাছত পথ দুৰ্ঘটনা - পথ দুৰ্ঘটনা
মঙলবাৰে নিশা পাথাৰকান্দি বাইপাছত সংঘটিত হয় পথ দুৰ্ঘটনা ৷ বাইক আৰু অল্ট' বাহনৰ মাজত সংঘটিত হোৱা মুখামুখি সংঘৰ্ষৰ ফলতে পথ দুৰ্ঘটনাটো সংঘটিত হয় ৷ দুৰ্ঘটনাটোত অল্ট' বাহন খনৰ তিনিজন যাত্ৰী গুৰুতৰভাৱে আহত হয় ৷

পাথাৰকান্দি বাইপাছত পথ দুৰ্ঘটনা
পাথাৰকান্দি বাইপাছত পথ দুৰ্ঘটনা
উল্লেখ্য যে, দুৰ্ঘটনাটোত দুয়োখন বাহনৰ বিস্তৰ ক্ষতি হয় যদিও কোনো লোক হতাহত হোৱা নাই ৷ কিন্তু সঘনাই বাইপাছত সংঘটিত হৈ থকা পথ দুৰ্ঘটনাই চিন্তিত কৰি তুলিছে স্থানীয় লোকক ৷ ক্ৰমাৎ ঘাটকৰ ৰূপ লৈছে কৰিমগঞ্জৰ পাথাৰকান্দি বাইপাছ ৷
লগতে পঢ়ক: প্ৰায় ৩০ লাখ টকাৰ জাল নোট জব্দ