কৰিমগঞ্জ,3 ডিচেম্বৰঃ বৃহস্পতিবাৰে কৰিমগঞ্জৰ পাথাৰকান্দিত এক পথ দুৰ্ঘটনা সংঘটিত হয় ৷ কোনো অচিনাক্ত বাহনৰ খুন্দাত বাহাদুৰ কিষাণ নামৰ ব্যক্তি গৰাকীৰ মৃত্যুহোৱা বুলি স্থানীয় লোকে অনুমান কৰিছে ৷ উল্লেখযোগ্য যে, মৃত্যু হোৱা ব্যক্তিজনৰ ঘৰ ঝাৰখণ্ডত বুলি জানিব পৰা গৈছে ৷
অচিনাক্ত গাড়ীৰ খুন্দাত পাথাৰকান্দিত নিহত এজন - বাহাদুৰ কিষাণ
কোনো অচিনাক্ত বাহনৰ খুন্দাত বাহাদুৰ কিষাণ নামৰ ব্যক্তি গৰাকীৰ মৃত্যুহোৱা বুলি স্থানীয় লোকে অনুমান কৰিছে ৷
অচিনাক্ত গাড়ীৰ খুন্দাত পাথাৰকান্দিত নিহত এজন