- দক্ষিণ কৰিমগঞ্জৰ বাৰইগ্ৰামত ভয়ংকৰ পথ দুর্ঘটনা
- দুই বাহনৰ মুখামুখি সংঘর্ষত নিহত এজন, আহত দুই
- নিহত ব্যক্তিজন আবুল জবাৰ বুলি চিনাক্ত
- আহত দুজন ৰেনু বালা দাস আৰু ৰঞ্জিৎ দাস
দক্ষিণ কৰিমগঞ্জৰ বাৰইগ্ৰামত পথ দুর্ঘটনা: নিহত এজন - দুই বাহনৰ মুখামুখি সংঘর্ষ
দক্ষিণ কৰিমগঞ্জৰ বাৰইগ্ৰামত এক ভয়ংকৰ পথ দুর্ঘটনাত দুজন লোক আহত হোৱাৰ লগতে নিহত হয় এজন। দুই বাহনৰ মুখামুখি সংঘর্ষৰ ফলত এই দুর্ঘটনা সংঘটিত হয় ।
কৰিমগঞ্জ অসামৰিক চিকিৎসালয়