অসম

assam

By

Published : Feb 28, 2021, 3:56 PM IST

ETV Bharat / state

কৰিমগঞ্জত পথ দুৰ্ঘটনা:নিহত বাইক আৰোহী

অগ্ননিৰ্বাপক বাহিনীৰ গাড়ীৰ খুন্দাত কৰিমগঞ্জ জিলাৰ মুবাৰকপুৰত নিহত এজন যুৱক ৷ যুৱক জন নিলামবজাৰৰ নাজমুল হক বুলি জানিব পৰা গৈছে ৷

কৰিমগঞ্জত পথ দুৰ্ঘটনা,নিহত বাইক আৰোহী
কৰিমগঞ্জত পথ দুৰ্ঘটনা,নিহত বাইক আৰোহী

কৰিমগঞ্জ,28 ফেব্ৰুৱাৰী:কৰিমগঞ্জ জিলাৰ মুবাৰকপুৰত শোকাৱহ পথ দুৰ্ঘটনা ৷ অগ্ননিৰ্বাপক বাহিনীৰ গাড়ীৰ খুন্দাত নিহত এজন যুৱক ৷ নিহত যুৱক জন নিলামবজাৰৰ নাজমুল হক বুলি জানিব পৰা গৈছে ৷

অসম ত্ৰিপুৰা সংযোগী আঠ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে শোকাৱহ পথ দুৰ্ঘটনাটো ৷ নিহত যুৱকজন বদৰপুৰৰ পৰা নিজ বাইকেৰে নিলামবজাৰস্থিত নিজ বাসগৃহলৈ উভতাৰ পথত দুৰ্ঘটনাত পতিত হৈ মৃত্যু মুখত পৰে ৷

লগতে পঢ়ক:আৰক্ষীৰ জালত তিনি ড্ৰাগছ সৰহবৰাহকাৰী

ABOUT THE AUTHOR

...view details