- বদৰপুৰৰ ভাঙ্গা বজাৰ পথ দুৰ্ঘটনা
- অবৈধ পাৰ্কিঙৰ ফলতেই সংঘটিত দুৰ্ঘটনাটো
- ৰৈ থকা ট্ৰাকত পিছফালৰ পৰা খুন্দা মাৰে এখন অল্ট'ই
- দুৰ্ঘটনাৰ ফলত আহত হয় দুজনকৈ লোক
- আহতসকলক শ্ৰীগৌৰি চিকিৎসালয়লৈ প্ৰেৰণ
বদৰপুৰত পথ দুৰ্ঘটনা - গুৰুতৰভাৱে আহত হয় দুজন
বৃহস্পতিবাৰে বদৰপুৰত সংঘটিত হয় এক পথ দুৰ্ঘটনা ৷ অবৈধ পাৰ্কিঙৰ ফলতেই দুৰ্ঘটনাটো সংঘটিত হয় ৷ দুৰ্ঘটনাৰ ফলত গুৰুতৰভাৱে আহত হয় দুজন ৷
