বদৰপুৰ, 14 জুনঃ বদৰপুৰৰ 6নং ৰাষ্ট্ৰীয় ঘাইপথ দিনক দিনে বৃদ্ধি পাইছে পথ দুৰ্ঘটনাৰ সংখ্যা ৷ শুকুৰবাবে পুৱতি নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ তাৰ ছয় ঘণ্টাৰ পাচতেই কৰিমগঞ্জৰ লামাজুয়াৰত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা ৷ এই দুৰ্ঘটনাত আহত হয় ছয় জনকৈ লোক ৷
নিয়ন্ত্ৰণ হেৰুৱাই পথাৰত সোমাল ক্ৰুইজাৰঃ আহত 6 জন - ছয় নং ৰাষ্ট্ৰীয় ঘাইপথ
দিনকদিনে 6নং ৰাষ্ট্ৰীয় ঘাইপথত বৃদ্ধি পাইছে পথ দুৰ্ঘটনাৰ সংখ্যা ৷ কৰিমগঞ্জৰ লামাজুয়াৰত পুৱতি নিশা সংঘটিত হয় পথ দুৰ্ঘটনা
![নিয়ন্ত্ৰণ হেৰুৱাই পথাৰত সোমাল ক্ৰুইজাৰঃ আহত 6 জন](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3559517-847-3559517-1560512914163.jpg)
ছয় নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা
ছয় নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা
জানিব পৰা মতে শুকুৰবাৰে পুৱা এঘাৰ বজাত মদনমোহনৰ পৰা কৰিমগঞ্জৰ অভিমুখে গৈ থকা সময়ত এখন ক্ৰুইজাৰ গাড়ী নিয়ন্ত্ৰণ হেৰাই 6 নং ৰাষ্ট্ৰীয় ঘাইপথ লামাজুয়াৰৰ পথাৰত পানীত বাগৰি পৰে ৷ ফলত গুৰুতৰভাৱে আহত হয় ছয় জন যাত্ৰী ৷ স্থানীয় ৰাইজ আৰু বদৰপুৰ ট্ৰেফিক আৰক্ষীৰ সহযোগত আহতসকলক কৰিমগঞ্জৰ হাস্পতাললৈ প্ৰেৰণ কৰা হয়।
Last Updated : Jun 14, 2019, 10:53 PM IST