অসম

assam

ETV Bharat / state

বিজেপিৰ ওপৰত অসন্তুষ্ট মহাদেৱ ৰিপুন বৰা - assam news

12 এপ্ৰিলত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী সভাত সাপ ওলোৱা ঘটনা সন্দৰ্ভতে এইদৰে মন্তব্য কৰে কংগ্ৰেছ সভাপতিগৰাকীয়ে

ৰিপুন বৰা

By

Published : Apr 13, 2019, 7:19 PM IST

কৰিমগঞ্জ, 13 এপ্ৰিলঃ "বিজেপিৰ ওপৰত অসন্তুষ্ট মহাদেৱ"! এই মন্তব্য কংগ্ৰেছ সভাপতি ৰিপুন বৰাৰ ৷ 12 এপ্ৰিলত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী সভাত সাপ ওলোৱা ঘটনা সন্দৰ্ভতে এনেদৰে মন্তব্য কৰে কংগ্ৰেছ সভাপতি গৰাকীয়ে ৷

ৰিপুন বৰা

আনহাতে, মৰিয়ানি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কয়, সাপ ওলোৱাটো বিজেপিৰ বাবে বেয়া লক্ষণ ৷ কংগ্ৰেছৰ সভাত আজিলৈ সাপ ওলোৱা নাই ৷ ইয়াতে নিশ্চিত বিজেপিৰ পতন ৷

ৰূপজ্যোতি কুৰ্মী

ABOUT THE AUTHOR

...view details