কৰিমগঞ্জত মুকলিকৈ বিক্ৰী হৈ আছে গণ বিতৰন ব্যৱস্থাৰ চাউল - খাদ্য আৰু অসামৰিক যোগান বিভাগ
কেমেৰাত বন্দী PDS গুদামৰ পৰা অনা চাউলৰ বস্তা পোনপটীয়াকৈ বজাৰৰ দোকানত সোমোৱাৰ দৃশ্য ৷ কৰিমগঞ্জ চহৰৰ মুখ্য বজাৰৰ কাষত মছজিদ ৰোডৰ কেইবাজনো দোকানী এনে অসাধু ব্যৱসায়ত জড়িত থকাৰ অভিযোগ

কৰিমগঞ্জত মুকলিকৈ বিক্ৰী হৈ আছে গণ বিতৰন ব্যৱস্থাৰ চাউল
কৰিমগঞ্জ, 13 চেপ্তেম্বৰ : খাদ্য আৰু অসামৰিক যোগান বিভাগৰ একাংশ বিষয়া কৰ্মচাৰীৰ মিতিৰালিত কৰিমগঞ্জত মুকলিকৈ বিক্ৰী হৈ আছে গণ বিতৰন ব্যবস্থাৰ চাউল ৷ কেমেৰাত বন্দী PDS গুদামৰ পৰা অনা চাউলৰ বস্তা পোনপতীয়াকৈ বজাৰৰ দোকানত সোমোৱাৰ দৃশ্য ৷ কৰিমগঞ্জ চহৰৰ মুখ্য বজাৰৰ কাষত মছজিদ ৰোডৰ কেইবাজনো দোকানী এনে অসাধু ব্যৱসায়ত জড়িত থকাৰ অভিযোগ । এই কেলেংকাৰীত শাসকীয় দলৰ এচাম লোক জড়িত থকাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । ৰাজইৰ নামত আৱণ্টিত সামগ্ৰী কেনেদৰে লুটি পুটি খাইছে সেইটো এতিয়া স্পষ্ট হৈ পৰিছে ৷
কৰিমগঞ্জত মুকলিকৈ বিক্ৰী হৈ আছে গণ বিতৰন ব্যৱস্থাৰ চাউল