পশ্চিম ত্ৰিপুৰাত নিৰ্বাচন আয়োগৰ নিৰ্দেশত পুনৰ নিৰ্বাচন - পুনৰ নিৰ্বাচন
বিৰোধী দলৰ অভিযোগৰ ভিত্তিত নিৰ্বাচন আয়োগে পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ নিৰ্দেশ দিছিল পশ্চিম ত্ৰিপুৰাৰ 168 নং ভোটকেন্দ্ৰত ৷

পশ্চিম ত্ৰিপুৰাত নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি পুনৰ নিৰ্বাচন
কৰিমগঞ্জ,12 মে' : পশ্চিম ত্ৰিপুৰাৰ 168 নং ভোটকেন্দ্ৰত পুনৰ নিৰ্বাচন । প্ৰায় 11 লাখ ভোটাৰে আজি ভাগ্য নিৰ্ধাৰণ কৰিব 13 গৰাকী প্ৰাৰ্থীৰ । উল্লেখ্য যে, বিৰোধী দলৰ অভিযোগৰ ভিত্তিত নিৰ্বাচন আয়োগে পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ নিৰ্দেশ দিছিল উক্ত ভোটকেন্দ্ৰটোত ৷ সন্ধিয়া 5 বজালৈ ভোটদানৰ হাৰ 61 শতাংশ ।
পশ্চিম ত্ৰিপুৰাত নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি পুনৰ নিৰ্বাচন