কৰিমগঞ্জ, 7মাৰ্চঃ দলীয় মনোনয়ন লাভ কৰাৰ পাছতেই উৎসৱ মুখৰ পৰিৱেশ ৰাতাবাড়ি সমষ্টিত ৷ ৰাতাবাড়ি সমষ্টিতত ভাৰতীয় জনতা পাৰ্টিৰ হৈ মনোনয়ন লাভ কৰিছে বিজয় মালাকাৰে ৷
বিজয় বিজয় মালাকাৰক লৈ সুখী ৰাতাবাড়ি সমষ্টিবাসী ৰাইজ ৷ দেওবাৰে প্ৰাৰ্থী বিজয় বিজয় মালাকাৰক উষ্ম আদৰণি জনোৱাৰ লগতে তেওঁক লৈ সমষ্টিবাসী ৰাইজে উলিয়াই এক বাইক ৰেলি ৷ উল্লেখ্য যে, ৰাতাবাড়ি সমষ্টিত ভাৰতীয় জনতা পাৰ্টিৰ হৈ বিজয় মালাকাৰে প্ৰাৰ্থীত্ব লাভ কৰাৰ ফলত অসমৰ মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কৃতজ্ঞতা জ্ঞাপন কৰে বিজয় মালাকাৰে ৷