অসম

assam

ETV Bharat / state

কৰিমগঞ্জ উপায়ুক্ত কাৰ্যালয়ত গ’লে বাধ্যতামূলক হ’ব ক’ভিড টেষ্ট

ৰেপিড টেষ্ট কৰোৱাৰ পাচত ফলাফল নিগেটিভ আহিলেহে প্ৰৱেশ কৰিব পাৰিব উপায়ুক্তৰ কাৰ্যালয়ত ৷ কাৰ্যালয়ত গণ সংক্ৰমণ ৰোধৰ লগতে পৰীক্ষণৰ সংখ্যা বঢ়াবলৈ এই সিদ্ধান্ত ৷

কৰিমগঞ্জ উপায়ুক্ত কাৰ্যালয়ত গ’লে বাধ্যতামূলক হ’ব ক’ভিড টেষ্ট
কৰিমগঞ্জ উপায়ুক্ত কাৰ্যালয়ত গ’লে বাধ্যতামূলক হ’ব ক’ভিড টেষ্ট

By

Published : Jul 30, 2020, 7:42 PM IST

কৰিমগঞ্জ,30 জুলাইঃ এতিয়াৰে পৰা কৰিমগঞ্জ উপায়ুক্ত কাৰ্যালয়ত যাতে কৰ’ণাৰ গণ সংক্ৰমণ নহয় তাৰ বাবে কৰ্তৃপক্ষই লৈছে বিশেষ ব্যৱস্থা ৷ সেই অনুসৰি এতিয়াৰে পৰা উপায়ুক্ত কাৰ্যালয় লৈ গ’লে ক’ভিড টেষ্ট কৰোৱাটো বাধ্যতামূলক হৈ পৰিছে ৷

কৰিমগঞ্জ উপায়ুক্ত কাৰ্যালয়ত গ’লে বাধ্যতামূলক হ’ব ক’ভিড টেষ্ট

ৰেপিড টেষ্ট কৰোৱাৰ পাচত ফলাফল নিগেটিভ আহিলেহে প্ৰৱেশ কৰিব পাৰিব উপায়ুক্তৰ কাৰ্যালয়ত ৷ উল্লেখ্য যে,জিলা উপায়ুক্ত কাৰ্যালয় চৌহদত হৈছে ৰেপিড টেষ্টৰ ব্যৱস্থা কৰা হৈছে ৷

জিলাখনত বৃদ্ধি পোৱা গণ সংক্ৰমণৰ লগতে কাৰ্যালয়টোৰ কৰ্মচাৰীও কৰ‘ণাত আক্ৰান্ত হোৱা বাবে উপায়ুক্ত কাৰ্যালয়ে এই ব্যৱস্থা গ্ৰহণ কৰে ৷

লগতে পঢ়কঃবাঘজান তৈলক্ষেত্ৰত অইলৰ শেষ যুদ্ধৰ প্ৰস্তুতি

ABOUT THE AUTHOR

...view details