কৰিমগঞ্জ, 22 আগষ্ট : কৰ’ণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যত জাৰি কৰা লক্ ডাউন ইতিমধ্যে শিথিল কৰা হৈছে যদিও বৰাক উপত্যকাত পুনৰ লক ডাউন ঘোষণাৰ সম্ভাৱনা ৷ কৰিমগঞ্জ জিলাৰ উপায়ুক্ত এম পি আম্বামুথানে জনাইছে এই সম্ভাৱনীয়তাৰ কথা ৷ অহা 26 আগষ্টৰ পৰা 4 ছেপ্টেম্বৰলৈকে বৰাকৰ তিনি জিলা ক্ৰমে কাছাৰ,কৰিমগঞ্জ আৰু হাইলাকান্দিত পুনৰ লক ডাউন হোৱাৰ সম্ভাৱনা আছে ৷
বৰাক উপত্যকাত পুনৰ লক্ ডাউনৰ সম্ভাৱনা - কৰ’ণাৰ ভয়াৱহতা
বৰাক উপত্যকাত পুনৰ লক ডাউন ঘোষণাৰ সম্ভাৱনা ৷ কৰিমগঞ্জ জিলাৰ উপায়ুক্ত এম পি আম্বামুথানে জনাইছে এই সম্ভাৱনীয়তাৰ কথা ৷
![বৰাক উপত্যকাত পুনৰ লক্ ডাউনৰ সম্ভাৱনা possibilities of re lock down at barak valley](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8522071-thumbnail-3x2-hhh.jpg)
possibilities of re lock down at barak valley
বৰাক উপত্যকাত পুনৰ লক্ ডাউনৰ সম্ভাৱনা
উল্লেখ্য যে, আন লক্ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পাচত চহৰাঞ্চলত সপ্তাহৰ শনি আৰু দেওবাৰে লক্ ডাউন ঘোষণা কৰা হৈছিল যদিও বৰ্তমান সেই লক্ ডাউন কিছু শিথিল কৰি দিয়া হৈছে ৷ কিন্তু কৰ’ণাৰ ভয়াৱহতা অব্যাহত থকাৰ বাবে পুনৰৰ এইদৰে লক্ ডাউন ঘোষণা কৰাৰ পৰিস্থিতি দেখা দিছে একাংশ অঞ্চলত ৷
লগতে পঢ়ক :সন্মুখত নিৰ্বাচনঃ শিবিৰ বিভক্ত আঞ্চলিকতাবাদে সহায় কৰিব কাক ?