পাথাৰকান্দিৰ ভোটকেন্দ্ৰত ভোটদাতাৰ ভিৰ - অসমৰ নিৰ্বাচন
দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে কৰিমগঞ্জ জিলাৰ পাথাৰকান্দিত ভোটদাতাসকলৰ মাজত দেখা গ'ল ব্যাপক উৎসাহ ৷ ভোটদানৰ বাবে ওলাই আহিল সকলো ৷
পাথাৰকান্দিৰ ভোটকেন্দ্ৰত ভোটদাতাৰ ভিৰ
পাথাৰকান্দি ,18 এপ্ৰিল : কৰিমগঞ্জ জিলাৰ পাথাৰকান্দিত ভোটকেন্দ্ৰত ভোটদাতাসকলৰ দীঘলীয়া শাৰী ৷ পাথাৰকান্দিত লোৱাইপুৱলা অঞ্চলৰ হাতীখিৰাৰ এম ই স্কুলত পুৱাৰ পৰা দেখা গ'ল ভোটদাতাসকলৰ ভিৰ ৷