অসম

assam

ETV Bharat / state

কৰিমগঞ্জত ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থা

নিৰ্মাণ তথা মেৰামতি নোহোৱাৰ বাবে পথছোৱাৰ অৱস্থাই জীয়াতু ভোগাই আহিছে দীৰ্ঘদিন ধৰি । বিভিন্ন সময়ত দুৰ্ঘটনাও সংঘটিত হৈছে । ৰোগীসকলৰ ক্ষেত্ৰতো চৰম অসুবিধা হৈছে যদিও পথটোৰ নিৰ্মাণৰ বাবে চৰকাৰৰ বিৰুদ্ধে কাণসাৰ নিদিয়াৰ অভিযোগ উঠিছে ৷

8 নং ৰাষ্ট্ৰীয় ঘাইপথৰ তথৈবচ অৱস্থা, মৰণ ফান্দত পৰিণত ৰাষ্ট্ৰীয় ঘাইপথ

By

Published : May 15, 2019, 3:30 PM IST

পাথাৰকান্দি, 15 মে’: অসম-ত্ৰিপুৰা সংযোগী 8 নং ৰাষ্ট্ৰীয় ঘাইপথৰ জৰাজীৰ্ণ অবস্থাই দীৰ্ঘ দীন ধৰি দুৰ্ভোগ ভোগাই আহিছে বৰাক উপত্যকাৰ ৰাইজৰ লগতে চুবুৰীয়া ৰাইজ্য ত্ৰিপুৰা আৰু মিজোৰামৰ লাখ লাখ লোকক । নিৰ্মাণ তথা মেৰামতি নোহোৱাৰ বাবে পথছোৱাৰ অৱস্থাই জীয়াতু ভোগাই আহিছে দীৰ্ঘদিন ধৰি । বিভিন্ন সময়ত দুৰ্ঘটনাও সংঘটিত হৈছে । ৰোগীসকলৰ ক্ষেত্ৰতো চৰম অসুবিধা হৈছে যদিও পথটোৰ নিৰ্মাণৰ বাবে চৰকাৰৰ বিৰুদ্ধে কাণসাৰ নিদিয়াৰ অভিযোগ উঠিছে ৷

8 নং ৰাষ্ট্ৰীয় ঘাইপথৰ তথৈবচ অৱস্থা, মৰণ ফান্দত পৰিণত ৰাষ্ট্ৰীয় ঘাইপথ

লগতে পঢ়ক: নলবাৰীৰ এগৰাকী কণমানি শিল্পী

বিশেষকৈ পাথাৰকান্দি চহৰৰ অৱস্থা বিগত দুবছৰ ধৰি ভয়াবহ হৈ পৰিছে ।

ABOUT THE AUTHOR

...view details