অসম

assam

ETV Bharat / state

পাথাৰকান্দি বাইপাছ উদ্বোধন - বিজেপিৰ বিধায়ক কৃশেন্দু পাল

উদ্বোধন কৰা হ'ল বহু প্ৰত্যাশিত পাথাৰকান্দি বাইপাছ ৷ 72 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিত এই পথ উদ্বোধন বিজেপিৰ বিধায়ক কৃশেন্দু পালৰ ৷

patharkandi bypass inaugurated
পাথাৰকান্দি বাইপাছ উদ্বোধন

By

Published : Dec 14, 2020, 10:24 AM IST

কৰিমগঞ্জ, 14 ডিচেম্বৰ:72 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিত বহু প্ৰত্যাশিত পাথাৰকান্দি বাইপাছ উদ্বোধন ৷ বিজেপিৰ বিধায়ক কৃশেন্দু পালে পথটো উদ্বোধন কৰে ৷ পথটো উদ্বোধন কৰি বিধায়ক পালে মুখ্যমন্ত্ৰীৰ লগতে বিত্তমন্ত্ৰীক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে ৷ মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰীক কৃতজ্ঞতা জ্ঞাপন কৰি বিধায়ক গৰাকীয়ে কয় যে উক্ত পথৰ নিৰ্মাণ কাৰ্য বন্ধ কৰাৰ বাবে কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী চিদ্দিক আহমেদে উচ্চ ন্যায়ালয়ত গোচৰ তৰিছিল যদিও মন্ত্ৰী গৰাকীৰ সকলো প্ৰচেষ্টা বিফল হ'ল ৷

ABOUT THE AUTHOR

...view details