কৰিমগঞ্জ, 21 ছেপ্টেম্বৰ: কৰিমগঞ্জৰ লামাজুৱাৰত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় (Accident in Karimganj)৷ বদৰপুৰ লামাজুৱাৰত ৰে’লৰ খুন্দাত নিহত হয় এজন আৰক্ষী জোৱান (Train hits police personal) ৷
মঙলবাৰে নিশা আৰক্ষী জোৱানজনে ৰে’ল লাইন পাৰ হ’বলৈ লওঁতেই ০৫৬৮৮ নম্বৰৰ শিলচৰ-দুল্লভছড়া অভিমুখী ৰে’লখনে মহতিয়াই লৈ যায় লোকজনক (One death in train accident) ৷