অসম

assam

ETV Bharat / state

বদৰপুৰত এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ - মৃতদেহ

কৰিমগঞ্জৰ জুমবস্তি এলেকাৰ পৰা উদ্ধাৰ হয় এটা অচিনাক্ত মৃতদেহ ৷ উক্ত ঘটনাটো বদৰপুৰ আৰক্ষীক অৱগত কৰে স্থানীয় ৰাইজে ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷

বদৰপুৰত এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ

By

Published : Aug 23, 2019, 1:39 PM IST

  • বদৰপুৰত অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ
  • কৰিমগঞ্জৰ জুমবস্তি এলেকাৰ পৰা উদ্ধাৰ মৃতদেহটো
    বদৰপুৰত এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ
  • স্থানীয় ৰাইজে প্ৰথমতে প্ৰত্যক্ষ কৰে মৃতদেহটো
  • উক্ত ঘটনাটো বদৰপুৰ আৰক্ষীক অৱগত কৰে স্থানীয় ৰাইজে
  • ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে

ABOUT THE AUTHOR

...view details