প্ৰসংগঃ বৃদ্ধাশ্ৰম ! - etv bharat
বাস্তৱত পৰিণত নহ'ল বদৰপুৰৰ এগৰাকী মাতৃৰ পুত্ৰক লৈ দেখা সপোন। কাৰণ তিনি পুত্ৰৰ কৃপাত বিগত ১০ দিন ধৰি বাৰইগ্ৰামৰ বৃদ্ধাশ্ৰমত দিন পাৰ কৰিছে বদৰপুৰৰ লক্ষী সেনে । পুত্ৰ বোৱাৰীৰ দ্বাৰা নিৰ্যাতিত মহিলা গৰাকীৰ দুখৰ ভাগী হ'বলৈ কাষ চাপি আহিল কৰিমগঞ্জ উমৰপুৰৰ মহিলা সমিতিৰ এগৰাকী সদস্য।
প্ৰসংগঃ বৃদ্ধাশ্ৰম !
উল্লেখ্য যে বোৱাৰীৰ দ্বাৰা নিৰ্যাতিত হোৱাৰ ভয়ত নিজ ঘৰলৈ উভতি যাব নিবিচাৰে মহিলা গৰাকী । সততে পুত্ৰ বোৱাৰীৰ মৰমৰ পৰা বঞ্চিত হৈ অহা কোন এই মহিলা গৰাকী? এই সন্দৰ্ভত চাওঁক এক প্ৰতিবেদন....