কৰিমগঞ্জ, 4 জুলাই : সমগ্ৰ ৰাজ্য়ৰ লগতে কৰিমগঞ্জটো প্ৰশাসনে জাৰি কৰিছে নতুন লক ডাউনৰ নতুন নীতি ৷ শনিবাৰৰ পৰা জিলাখনৰ 7 টাকৈ বজাৰ এলেকাত প্ৰযোজ্য হৈছে লক ডাউনৰ নতুন নীতি । ইয়াৰোপৰি, কৰিমগঞ্জৰ পৌৰসভা এলেকাৰ বাহিৰেও আন কিছু সংখ্যক ঠাইৰ বাবে প্ৰযোজ্য হৈছে লক ডাউনৰ এই নীতি । কৰিমগঞ্জৰ ফকিৰাবাজাৰ, ভাংগা বজাৰ, নিলামবজাৰ, কালিগঞ্জ বজাৰ, আছিমগঞ্জ, পাথাৰকান্দি আৰু আনিপুৰ এলেকাত জাৰি কৰা হৈছে লক ডাউন ।
প্ৰশাসনে জাৰি কৰিলে নতুন লক্ ডাউন নীতি - লক ডাউন
শনিবাৰৰ পৰা কৰিমগঞ্জত জাৰি কৰা হৈছে নতুন লক ডাউন ৷ জিলাখনৰ 7 টাকৈ বজাৰ এলেকাত প্ৰযোজ্য হৈছে লক্ ডাউনৰ নতুন নীতি । ফকিৰাবাজাৰ, ভাংগা বজাৰ, নিলামবজাৰ, কালিগঞ্জ বজাৰ, আছিমগঞ্জ, পাথাৰকান্দি আৰু আনিপুৰ এলেকাত লক ডাউন জাৰি কৰা হৈছে ৷

কৰিমগঞ্জত প্ৰশাসনে জাৰি কৰিলে নতুন লক ডাউন নীতি
কৰিমগঞ্জত প্ৰশাসনে জাৰি কৰিলে নতুন লক ডাউন নীতি
লগতে পঢ়ক : সংবাদমেল চলি থকাৰ মাজতেই বাইক লৈ উধাও চোৰ