অসম

assam

ETV Bharat / state

বদৰপুৰত চিকিৎসকৰ হেমাহিত নৱজাতকৰ মৃত্যুৰ অভিযোগ

নৱজাতকৰ মৃত্যুক কেন্দ্ৰ কৰি কৰিমগঞ্জৰ বদৰপুৰৰ শ্ৰী গৌৰি হাস্পতালত উত্তেজনা ৷

বদৰপুৰত উত্তেজনা: চিকিৎসকৰ হেমাহিত নৱজাতকৰ মৃত্যু

By

Published : Sep 13, 2019, 7:21 PM IST

বদৰপুৰ, 13 ছেপ্তেম্বৰ:

  • বদৰপুৰৰ শ্ৰী গৌৰি হাস্পতালত চিকিৎসকৰ গাফিলতিত নৱজাতকৰ মৃত্যুৰ অভিযোগ
  • বৃহস্পতিবাৰে মাজ নিশা ৰাহেনা বেগম নামৰ এগৰাকী প্ৰসূতিক ভৰ্তি কৰোৱা হৈছিল চিকিৎসালয়খনত
  • নিশা দায়িত্বত থকা ডাক্তৰ ৰুপাঞ্জন দাস অকতৃত্বশীল ভাৱে অনুপস্থিত কৰ্তব্যত
  • ডাক্তৰ বিচাৰি হাবাথুৰি খাই চিকিৎসালয়ৰ বাথৰুমত জন্ম দিলে নৱজাতক
  • অপৰিস্কাৰ পৰিৱেশত জন্ম হৈ থিতাতে মৃত্যু সাৱটিলে নৱজাতকে
  • ঘটনাটো ৰাষ্ট্ৰ হোৱাত চিকিৎসালয়ত সৃষ্টি হয় উত্তেজনাৰ
  • সংকটজনক অৱস্থাত মহিলাগৰাকীক শিলচৰলৈ প্ৰেৰণ
  • অভিযুক্ত চিকিৎসকক গ্ৰেপ্তাৰৰ দাবী স্থানীয় ৰাইজৰ
    বদৰপুৰত উত্তেজনা: চিকিৎসকৰ হেমাহিত নৱজাতকৰ মৃত্যু

ABOUT THE AUTHOR

...view details