কৰিমগঞ্জৰ ৰাতাবাৰীৰ দলগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড - হত্যা
কৰিমগঞ্জৰ ৰাতাবাৰীৰ দলগাঁৱত চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰিলে আলিম উদ্দিন নামৰ লোক এজনক

চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰিলে এজনক
কৰিমগঞ্জ,৬জুলাই : কৰিমগঞ্জৰ ৰাতাবাৰীৰ দলগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড । চোকা অস্ৰৰে ঘপিয়াই হত্যা কৰিলে আলিম উদ্দিন নামৰ এজনক । আলিম উদ্দিনক সম্পত্তিৰ বাবে ভাতৃ আৰু ভতিজাকে হত্যা কৰাৰ অভিযোগ আলিমৰ পত্নীৰ । ঘটনাস্থলীত উপস্থিত ৰাতাবাৰী আৰক্ষীৰ দল । মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে কৰিমগঞ্জলৈ ।
চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰিলে এজনক