কৰিমগঞ্জ, 8 জানুৱাৰী : সদ্য প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চিতাভষ্ম লৈ শুকুৰবাৰে কৰিমগঞ্জৰ কুঢ়িয়াৰা নদীৰ পাৰত উপস্থিত হয় সাংসদ গৌৰৱ গগৈ ৷ প্ৰথমে সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা অনুষ্ঠিত কৰা পিচতে কুঢ়িয়াৰা নদীত পিতৃৰ চিতাভষ্ম বিসৰ্জন দিয়ে গৌৰৱ গগৈয়ে ৷
কুঢ়িয়াৰা নদীত পিতৃৰ চিতাভষ্ম বিসৰ্জন সাংসদ গৌৰৱ গগৈৰ - প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চিতাভস্ম
প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চিতাভষ্ম লৈ শুকুৰবাৰে কৰিমগঞ্জৰ কুঢ়িয়াৰা নদীৰ পাৰত উপস্থিত হয় সাংসদ গৌৰৱ গগৈ ৷ প্ৰথমে সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা অনুষ্ঠিত কৰা পিচতে কুঢ়িয়াৰা নদীত পিতৃৰ চিতাভষ্ম বিসৰ্জন দিয়ে গৌৰৱ গগৈয়ে ৷
![কুঢ়িয়াৰা নদীত পিতৃৰ চিতাভষ্ম বিসৰ্জন সাংসদ গৌৰৱ গগৈৰ MP Gaurav Gogoi arrives on the banks of The Kuhiara River in karimganj](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10170974-thumbnail-3x2-gggjjhhjjhh.jpg)
কুঢ়িয়াৰা নদীত পিতৃ চিতাভষ্ম বিসৰ্জন দিলে সাংসদ গৌৰৱ গগৈ
উল্লেখ্য যে, প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চিতাভস্ম বিসৰ্জন দিয়া উপলক্ষে প্ৰাৰ্থনা সভাত হিন্দু, খীষ্ট্ৰান, বৌদ্ধ, ইছলাম আদি ধর্মৰ লোকে নিজ নিজ ধর্মীয় প্ৰাৰ্থনা কৰাৰ লগতে কৰিমগঞ্জৰ বিভিন্ন জাতি-জনগোষ্ঠী আৰু ধর্মীয় সম্প্ৰদায়ৰ লোকে নদীৰ পাৰত উপস্থিত হৈ জননেতা গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷
লগতে পঢ়ক: বনকৰ্মীক অস্ত্ৰ-বুলেটপ্ৰুফ জেকেট প্ৰদানৰ নিৰ্দেশ উচ্চতম ন্য়ায়ালয়ৰ
TAGGED:
চিতাভষ্ম