অসম

assam

ETV Bharat / state

বিধায়ক বিজয় মালাকাৰক উন্নত চিকিৎসাৰ বাবে শিলচৰলৈ প্ৰেৰণ - বিজয় মালাকাৰ

বুধবাৰে ৰাতাবাৰিৰ বিধায়ক বিজয় মালাকাৰৰ দেহত ধৰা পৰে কৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৷ বিধায়ক গৰাকীৰ ওপৰিও তেখেতৰ ব্যক্তিগত সচিব, দেহৰক্ষী আৰু চালকৰ শৰীৰতো পোৱা গৈছে ক’ভিড 19 ৷

বিধায়ক বিজয় মালাকাৰক উন্নত চিকিৎসাৰ বাবে শিলচৰলৈ প্ৰেৰণ
বিধায়ক বিজয় মালাকাৰক উন্নত চিকিৎসাৰ বাবে শিলচৰলৈ প্ৰেৰণ

By

Published : Aug 12, 2020, 10:55 PM IST

কৰিমগঞ্জ, ১২আগষ্টঃ ৰাতাবাৰিৰ বিধায়ক বিজয় মালাকাৰক উন্নত চিকিৎসাৰ বাবে শিলচৰলৈ প্ৰেৰণ কৰা হৈছে ৷ তাৰ পাচত তেওঁক ভৰ্তি কৰোৱা হৈছিল কৰিমগঞ্জ ক’ভিড হাস্পতালত ৷

বিধায়ক বিজয় মালাকাৰ

কৰিমগঞ্জ জিলাৰ ৰাতাবাৰীৰ স্থানীয় বিধায়ক বিজয় মালাকাৰ শৰীৰত পোৱা গৈছে ক'ভিড-১৯ ভাইৰাছৰ উপস্থিতি । বিধায়ক গৰাকীৰ ওপৰিও তেখেতৰ ব্যক্তিগত সচিব, দেহৰক্ষী আৰু চালকৰ শৰীৰতো পোৱা গৈছে কৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৷

ইফালে কৰিমগঞ্জৰ বিজেপিৰ জিলা সভাপতি সুব্ৰত ভট্টাচাৰ্যও ক'ভিড-১৯ত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে ।

জিলাখনৰ স্বাস্থ্য বিভাগে জানিবলৈ দিয়া তথ্য মতে, বুধবাৰে দেৱব্ৰত চৌধুৰী নামৰ এজন ক'ৰণা আক্ৰান্ত যুৱকৰো মৃত্যু ঘটিছে ।

লগতে পঢ়কঃক'ত, কেনেকৈ আছে এছিয়াৰ সবাটোকৈ বয়স্ক হাতীটো ?

ABOUT THE AUTHOR

...view details