অসম

assam

By

Published : Jun 9, 2019, 10:41 AM IST

ETV Bharat / state

পুনৰ দেহৰক্ষী লাভ কৰিলে বিধায়ক আজিজ আহমেদ খানে

বিধায়কগৰাকীৰ বিৰুদ্ধে লোকসভা নিৰ্বাচনৰ সময়ত ভোটগ্ৰহণ কেন্দ্ৰত ৰিগিঙৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপিত হৈছিল ৷ আৰু তাৰ পাচতে নিৰ্বাচন আয়োগে বিধায়কগৰাকীৰ দেহৰক্ষী প্ৰত্যাহাৰ কৰিছিল ৷

পুনৰ বিধায়ক আজিজ আহমেদ খানক দেহৰক্ষী প্ৰদান


দক্ষিণ কৰিমগঞ্জ , 09 জুন:পুনৰ দক্ষিণ কৰিমগঞ্জৰ বিধায়ক আজিজ আহমেদ খানক দেহৰক্ষী প্ৰদান কৰা হয় ৷ নিৰ্বাচন আয়োগে এআইইউডিএফৰ বিধায়কগৰাকীৰ দেহৰক্ষী প্ৰত্যাহাৰ কৰিছিল ৷

পুনৰ বিধায়ক আজিজ আহমেদ খানক দেহৰক্ষী প্ৰদান
বিধায়কগৰাকীৰ বিৰুদ্ধে লোকসভা নিৰ্বাচনৰ সময়ত ভোটগ্ৰহণ কেন্দ্ৰত ৰিগিঙৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপিত হৈছিল ৷ আৰু তাৰ পাচতে নিৰ্বাচন আয়োগে বিধায়কগৰাকীৰ দেহৰক্ষী প্ৰত্যাহাৰ কৰিছিল ৷

ABOUT THE AUTHOR

...view details