কৰিমগঞ্জ, ৫ মাৰ্চ : অসম-ত্ৰিপুৰা সীমান্তৱৰ্তী ত্ৰিপুৰাৰ লক্ষীনগৰ এলেকাত সোমবাৰে এজন ষোল্ল বছৰীয়া কিশোৰে ধৰ্ষণ কৰে এগৰাকী সাত বছৰীয়া নাবালিকাক ।
নাবালকে ধৰ্ষণ কৰিলে নাবালিকাক
ঘৰত কোনো নথকাৰ সুযোগ লৈ কিশোৰজনে নাবালিকাগৰাকীক ধৰ্ষণ কৰে । ইপিনে ঘটনা সংঘটিত কৰি নাবালক অভিযুক্তজন বৰ্তমান পলাতক অৱস্থাত আছে । সম্প্ৰতি শিশুটি কদমতলা চৰকাৰী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ।