কৰিমগঞ্জ,15 মে': পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ কৰ্মকাণ্ডক লৈ সৰৱ হৈছে কৰিমগঞ্জ জিলা বিজেপি। পশ্চিমবংগৰ মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰিলে কৰিমগঞ্জ জিলা বিজেপিৰ মহিলা মৰ্চাই। মমতা বেনাৰ্জীয়ে গণতন্ত্ৰক হত্যা কৰাৰ চেষ্ঠা চলোৱাৰ অভিযোগ কৰিমগঞ্জ বিজেপিৰ মহিলা মৰ্চাৰ জিলা সভানেত্ৰী সীমা নন্দীৰ ।
কৰিমগঞ্জত মমতা বেনাৰ্জীৰ পুত্তলিকা দাহ
মঙলবাৰে অমিত শ্বাহৰ ৰ'ড-শ্ব' চলি থকাৰ সময়ত সংঘটিত আক্ৰমণৰ ঘটনা আৰু অসমৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত আক্ৰমণ গুণ্ডাগিৰিৰ বাহিৰে একো নহয় বুলি মন্তব্য কৰে । মমতা বেনাৰ্জী নাৰী জাতিৰ কলংক বুলি কয় বিজেপিৰ মহিলা মৰ্চাৰ জিলা সভানেত্ৰী সীমা নন্দীয়ে।
কৰিমগঞ্জত মমতা বেনাৰ্জীৰ পুত্তলিকা দাহ
মঙলবাৰে অমিত শ্বাহৰ ৰ'ড-শ্ব' চলি থকাৰ সময়ত সংঘটিত আক্ৰমণৰ ঘটনা আৰু অসমৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত আক্ৰমণ গুণ্ডাগিৰিৰ বাহিৰে একো নহয় বুলি মন্তব্য কৰে। মমতা বেনাৰ্জী নাৰী জাতিৰ কলংক বুলিও কয় সভানেত্ৰীগৰাকীয়ে।