কৰিমগঞ্জত ভয়ংকৰ পথ দুৰ্ঘটনা : নিহত 3 - assam
কৰিমগঞ্জৰ মখই ভাঙ্গাত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাত তিনিজন লোক থিতাতে নিহত আৰু 30 জন লোক গুৰুতৰভাৱে আহত ৷
![কৰিমগঞ্জত ভয়ংকৰ পথ দুৰ্ঘটনা : নিহত 3](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3934743-thumbnail-3x2-km.jpg)
কৰিমগঞ্জত ভয়ংকৰ পথ দুৰ্ঘটনা
- কৰিমগঞ্জৰ মখই ভাঙ্গাত ভয়ংকৰ পথ দুৰ্ঘটনা ৷
- দুৰ্ঘটনাত তিনিজন লোক থিতাতে নিহত আৰু 30 জন লোক গুৰুতৰভাৱে আহত ৷
- দুখন ট্ৰেভেলাৰৰ মাজত হোৱা সংঘৰ্ষৰ ফলতেই সংঘটিত হয় দুৰ্ঘটনাটো ৷
- মৃত ব্যক্তিৰ সকল শিতাংশু শর্মা,
- অলয় ভূষণ ধৰ আৰু হৰিষ চন্দ্ৰ দত্ত ৷
- নিহত ব্যক্তিসকলৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ কৰিমগঞ্জত ভয়ংকৰ পথ দুৰ্ঘটনা