কৰিমগঞ্জ,1 নৱেম্বৰ :কৰিমগঞ্জত দেওবাৰে আধাৰশিলা স্থাপন কৰা হয় প্ৰায় 50 বছৰীয়া পুৰণি এটি মন্দিৰৰ ৷ দীৰ্ঘদিনে এই মন্দিৰ নিৰ্মাণৰ বাবে স্থানীয় ৰাইজে জন প্ৰতিনিধিক অনুনয়-বিননয় কৰিও পোৱা নাছিল কোনো সঁহাৰি ৷ অৱশেষত মন্দিৰ নিৰ্মাণৰ বাবে আগবাঢ়ি আহে জিলা পৰিষদৰ সভাপতি আশিস নাথ ৷ নাথৰ সহায়ৰ বাবে অৱশেষত ৰাইজৰ সপোন সাকাৰ হোৱা পৰিলক্ষিত হ’ল ৷ কৰিমগঞ্জ জিলাৰ ভাৰত-বাংলা সীমান্তৰ উত্তৰ কৰিমগঞ্জ সমষ্টিৰ মনতলি গাঁৱত স্থাপন কৰা হৈছে মন্দিৰটোৰ আধাৰশিলা ৷
50 বছৰীয়া মন্দিৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন - Laying the foundation stone of abandod old temple in karimganj assam etv bharat news
কৰিমগঞ্জত দেওবাৰে আধাৰশিলা স্থাপন কৰা হয় প্ৰায় 50 বছৰীয়া পুৰণি এটি মন্দিৰৰ ৷ দীৰ্ঘদিনে এই মন্দিৰ নিৰ্মাণৰ বাবে স্থানীয় ৰাইজে জন প্ৰতিনিধিক অনুনয়-বিননয় কৰিও পোৱা নাছিল কোনো সঁহাৰি ৷

50 বছৰীয়া মন্দিৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন