দক্ষিণ কৰিমগঞ্জ , 18 এপ্ৰিল :দক্ষিণ কৰিমগঞ্জৰ কাদাইৰগুলৰ ভোটগ্ৰহণ কেন্দ্ৰত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷ পুৱা 10.30 বজালৈকে আৰম্ভ নহ'ল ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ ভোটাৰে ভোটগ্ৰহণ আৰম্ভ হোৱাৰ সময় জানিবলৈ যোৱাত আৰক্ষীয়ে লাঠিচালনা কৰাৰ অভিযোগ ৷
দক্ষিণ কৰিমগঞ্জত উত্তপ্ত পৰিস্থিতি, আৰক্ষীৰ লাঠীচালনা - দক্ষিণ কৰিমগঞ্জ
পুৱা 10.30 বজালৈকে আৰম্ভ নহ'ল ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ ভোটাৰে ভোটগ্ৰহণ আৰম্ভ হোৱাৰ সময় জানিবলৈ যোৱাত আৰক্ষীয়ে লাঠিচালনা কৰাৰ অভিযোগ ৷

দক্ষিণ কৰিমগঞ্জৰ কাদাইৰগুল ভোট গ্ৰহণ কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি
দক্ষিণ কৰিমগঞ্জৰ কাদাইৰগুল ভোট গ্ৰহণ কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি
বিজেপি কৰ্মীৰ উচতনিত সংখ্যালঘু এলেকাত ভোট গ্ৰহণ হ্ৰাস কৰাৰ বাবে ভোটকেন্দ্ৰৰ কৰ্মীয়ে বিসংগতি সৃষ্টি কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন হয় আৰু স্থানীয় জনতাই প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদী জনতাক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে লাঠিচালনা কৰে ৷